পৃষ্ঠা:সন্তমালা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাল। অগাধ বেদ। কঠিন বুজিতে। সেমিসে নিমিত্তে। বাপৰ যুগত। সত্যাৰ গৰ্ভত। পৰাশৰ সুত। বীপৰ মধ্যত। লভিলাহ জাত। জগতে প্ৰাত। ংশে নাৰায়ণ। পাচে দ্বৈপায়ণ। হিতৰ কাৰণ। চিন্তিলা তখন। বোদ শাখাকৈলা। ছন প্ৰকাশিলা। পূৰাণ ৰচিলা। সংহিতা কৰিলা। ভাৰত ইতিহাস। পৰ্ব অষ্টাদশ। পাণ্ডৱৰ যশ। কৰিলা প্ৰকাশ। ভীষ্ম যে পৰ্বত। সৈন্য দৰ্শনত। অৰ্জ্জুন আগত। কৈলা ভগৱন্ত। যোগজ্ঞানতত্ত্ব। কৰিলাহা ব্যক্ত। পৰাশৰ সুত। ৰচিলা গীতাত। যাক জানি নৰ। মোহ অন্ধকাৰ। হোৱয় নিবাৰ। সংসাৰৰ পাৰ। তথাপি তাহান। চিত্ত সংশোধন। নভৈল তখন। শুনা পাচে যেন। নাৰদত জ্ঞান। | লভিয়া বিজ্ঞান।