পৃষ্ঠা:সন্তমালা.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ্মৰ বিহিত। শিখাইলা সবাত। যজ্ঞক কৰাইলা। দৃষ্টি প্ৰবৰ্তাইলা সম্বন্ধ খটাইলা। সৃষ্টি স্থিতি ৰৈলা। যজ্ঞৰ কাৰণ। ধূম উতপন্ন। জল বৰিষণ। অন্নৰ উৎপন্ন॥ পাচে জীবগণ। অন্ন কৰি পান। শক্তি উতপন্ন। প্ৰকৃতিৰ গুণ। কাম আসি তৈলা। প্ৰকৃতি ৰমিলা। পুত্ৰ জনমিল। মোহ উপজিল। পুত্ৰক পালিল। সৃষ্টি বৃদ্ধি ভৈল। মায়ায়ে কিল। মোহ পাশে বৈল না শুনাতাত পৰ। সত্য যুগ পৰ। সূৰ্য্য বংশধৰ।

) ৰাম ৰঘুৰৰ।

দশৰথ ঘৰ। হুয়া অৱতাৰ।। বিষ্ণু তৈলাজীত। দেখাইলাম। ধৰ্মকৰ্ম যত। কৰিলা প্ৰক্ষাত। যজ্ঞকো কৰিলা। বেদক দেখাইলা। ৰাক্ষস মাৰিলা। অধৰ্ম ছাইল। বৈকুণ্ঠে চলিল। পাচে যেন তৈল। বাপৰ যুগৰ। | অল্প বুনি৷