পৃষ্ঠা:সন্তমালা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমালা। জলত শুনিল। তপঃ শব্দ তৈল। তপস্যা কৰিল। ব্ৰমাত্মা দেখিল। ব্ৰহ্মা হৃদয়ত। নাৰায়ণ স্থিত। শব্দ তৈলা জাত। বেদৰ একাত। লভিদিব্য জ্ঞান। জানিনা বিজ্ঞান। কাৰ্য্য প্ৰমাণ। সৃষ্টি নিশান। সজ্ঞান লভিল। শ্ৰজন কৰিল। জ্ঞান কৰ্ম তৈল। পন্থ দুই বৈল। প্ৰবৃত্তি। কৰ্ম্মৰ কাৰণ সৃষ্টি নিয়োজন। নিবৃতি নি মায়াৰ তৰণ। সংসাৰ বৰ্জন। মানসে উৎপতি। সনক প্ৰভৃতি। পুত্ৰ চাৰিগুটি। বেদৰ নিবৃতি। পথক বুজিল। জ্ঞান নিস্তভৈল॥ সংসাৰ এৰিল। বৈৰাগ্য ধৰিল। ব্ৰহ্মজ্ঞানী হই। ভ্ৰমিয়া ফুৰয়। আত্মকাৰ ময়। মায়া নবাধয়। ব্ৰহ্মৰ অহলাদ। পুত্ৰ যে নাৰদ। ভাগৱত বেদ। কহিলা প্ৰভোস। মনু মৰীচিত। | বেদৰ অৰ্বত।