পৃষ্ঠা:সন্তমালা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্তমালা। শ্ৰীকৃষ্ণায় নমঃ। ঘোষা। এ হৰি ৰায়ণ, জগত কাৰ, প্ৰকৃতিৰৰ পৰ তুমি। তোমাৰ মায়াত পৰি জীবগণ সুখ দুখ পাৱে জন্মি। নমো নাৰায়ণ। নিত্য নিৰঞ্জন। জগত জন। জানা নাৰায়ণ। কাৰ্য্যৰ কাৰণ। যুগ আগমন। জন্মে ভূতগণ। প্ৰকাশে ভুবন। পদ। নাতি কমলত। ব্ৰহ্মা ভৈলাজাত। জনমি তুহিত। বিধি বিমোহিত। কিবা কাৰণত। কিয় ভৈলে। জাত। কি কৰিবৰ আত। ] চিত্তয় মনত।