সমললৈ যাওক

পৃষ্ঠা:সন্তমালা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষয় জোগায়। ইন্দ্ৰিয় দমায়। দুতয় নাৰী। তাহান বীৰ্য্য। পৰম সুন্দৰ। জন্মে জমায়। সাত গুটি পুত্ৰ। পৰম বিচিত্ৰ। জ্যেষ্ঠ ৰামচন্দ্ৰ। আৰু হৰি। তাত পৰে নাম। শুনা অনুপম। চাৰুচন্দ্ৰ নাম। উত্তম চন্দ্ৰ নাম। জয় চন্দ্ৰ নাম। কনিষ্ঠ সোহব। ভিন্ন উদৰৰ। দুতয় সোদ। বিষ্ণু দে নাম। ভৰলে। সৰবৰ-বৰম। ৰামচন্দ্ৰ নাম। ভৈল অনুপাম। কৰি কৃত্য কাম। মাধৱৰ নাম। গাৱে অবিম। ধৰ্মপাল ভৈল। জানিল সকল। শিক্ষা নাহি কৈল। দৈবে বিদ্যা তৈল। বিদ্যাত পৰ্গত। পৰম পণ্ডিত তাহান দিন। আসাম দেশত। সন্তৰ ওপৰে। দুষ্ট নৃপবৰে। অন্যাই বিচাৰে। অত্যাচাৰ কৰে। মহাক্ৰোব্দ ভৈল। সম্ভক হিংসিল।