পৃষ্ঠা:সন্তমালা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ সন্তমালা। পাচে যেন তৈল। শুনিও সকল। ৰুদ্ৰ সিংহ ৰাই। নৃপতি দুনাই। মহন্ত অনাই। সত্ৰক পতাই। ৰামচন্দ্ৰ গোসাঁই। বিমৰিষি চাই। ই দেশ অন্যায়। থকা ভাল নায়। বুলিলা দুনাই। শুনা নই। বিদেশ যাই। দিওক বিদাই। ৰাজা বোলে বেশ। কৰিলো আদেশ। পুনৰ্বাৰ দেশ। আহিবাহা শেষ। ৰাজাক জনাই। পা5ে চলি যাই। গঙ্গাতীৰ পাই। ৰহিলা তথাই। ৰজাক জনাইল। সত্ৰ কৰি দিল। কীৰ্তিক ৰাখিল। তথাতে ৰহিল। চৈত্ৰ যে মাসত। শুক্লা নবমীত। তিথি ভৈল স্থিত। ভৈল তিৰোহিত। তাহান কনিষ্ঠ। ভকতৰ ইষ্ট। পৰম বিশিষ্ট। || সন্ত গুণ শিষ্ট। হৰিশ্চন্দ্ৰ গোসই জ্যেষ্ঠৰ আশাই। থাকে পথ চাই। ধৰ্ম প্ৰবৰ্তাই। পূৰ্ব্ব কালে যেন। । ৰামৰ কাৰণ