পৃষ্ঠা:সন্তমালা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ কয় নি। জানা সত্য আৰ। নি নই। দূতক পঠাই। সত্ৰত নাই। মাতৃ ভয় পাই। পুত্ৰক নিয়াই। কি কৰে দুনাই। যুক্তি কৰি চাই। বৈষ্ণব অনাই। সত্ৰ মুখ্য জন। দেব নিৰঞ্জন। ব্ৰাহ্মণ সজ্জন। গুৰুৰ লক্ষণ। মাতৃ আজ্ঞাই। নিৰঞ্জন যাই। নগৰক পাই। ৰহিল যাই। ৰাজাই নমিল। উপদেশ দিল। জ্ঞান লভিল। সন্তাপ গুছিল। পাছে মহীপতি। কৰি যুগুতি। অনেক সম্পতি। দিলন্ত ভূপতি। আউনী আটীত। মাজালী দ্বীপত। সত্ৰ কৰিলন্ত। কীৰ্তি ৰালিত। মিশ্ৰদে স্বত। সৰ্ব্ব গুণ মূত। ৰাম কৃষ্ণ খ্যাত। নামত প্ৰখ্যাত। গোপাল সত্ৰত। ভৈলন্ত প্ৰখ্যাত। মহাগুণ। ধৰ্ম্ম পালিত। মণী তৃতয়। | বিবাহ কৰায়।