পৃষ্ঠা:সন্তমালা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমালা। বৈষ্ণব দ্ৰোহত। মিলিল উৎপাত। ভৈল আচৰিত। ৰাজা ভয়ে ভীত। মিশ্ৰ যে গোসই। যুক্তি কৰি চাই। সত্ৰক নই। পুত্ৰক অনাই। বচন বুলিল। ধৰ্ম্ম সংস্থাপিল কাল নহে ভাল। দেহা এৰা ভাল। সমাধি খবিল। নয়ন মুদিল। মীন সূৰ্যস্থিত। মাস উপস্থিত। একাদশী শীত। তিথিৰ বিদিত। শৰীৰ এৰিল। ধামে চলিল। পাচে মহী পাল। ভয়ে দেখে কাল। জ্ঞানীক অনাই। সুধিলা দুনাই। জ্ঞানীয়ে জনাই। শুনা নৰ ৰাই। দ্ৰোহ যে গুৰুৰ। কৰিলা বিস্তৰ। এতেকে সে আৰ। অদ্ভুত তোমাৰ। গুৰু পুত্ৰ আনি। উপদেশ বাণী। লৈয়ো হিত মানি। খণ্ডিব বিঘিনি॥ তৰিবা আপুনি। জানা সত্য বানী। সংসাৰ নিকাৰ। গুৰু বিনে আৰ। নাহিকে নিবাৰ। | অজ্ঞান আন্ধাৰ।