পৃষ্ঠা:সন্তমালা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সা । ওনা আতপৰ। যেন অথ। একদিনা পৰ। দুষ্ট বিজবৰ। নামত সতাই। জ্ঞান কিছু নাই। পম অন্যায়। গুৰুত জনায়। শুনি অভিপ্ৰায়। জানিল গোসই। কি কহ তাই। জ্ঞান কিছু নাই। নিসিদ্ধ বুলিল। মনে গন্ধ তৈ। কিছু নকহিল। শীঘ্ৰে চলি গৈল। গৰ্ব কৰি মনে। মুক ব্ৰাহ্মণে। ৰাজাৰ সনে। কহে যত আনে। শুনা নৰপতি। মিশৰ বিভুতি। লভিছে সম্প্ৰতি। প্ৰকাশিছে খ্যাতি। বিদ্ৰোহ ৰাজাৰ। কৰিছে সম্ভাৰ। অজ্ঞানী ৰাজাৰ। ক্ৰোধ ভৈল বৰ। অবোধ ৰাজাই। প্ৰমাণ নাচাই। সতাইৰ কথাই। বিশ্বাসিলা যাই। দূত পঠাই। মিশ্ৰক অনাই। পৰম অন্যাই। হিংসাক কৰাই। দ্ৰোহ বৈষ্ণবৰ। কৰিলা বিস্তৰ ৰাখে গদাধৰ। | না বাপ। -