পৃষ্ঠা:সন্তমালা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমান। বিদ্যাত পাৰ্গত। মিশ্ৰ ভাগবত। যাৰ নাম ক্ষাত। সৌমাৰ দেশত। তেতেলি গুৰিত। ভাগতী কুচত। গোপাল সৰ্বত। ধন্থ আচ। জ্ঞানী মানী জন। কলী ব্ৰাহ্মণ কুমাৰা তাহান। অতি বিতোপন। গোপাল অজ্ঞাই। কন্যাক বিয়াই। বিষয় ভোগাই। ইন্দ্ৰিয় দাই। বিহাই কন্যাক। আশ্ৰম ধৰ্ম্মক। কৰিলা কৰ্ম। দেখায় লোক। কৰ্ম্মফল যত। নবাঞ্চি সতত হৰি চৰণত। অপিয়া সতত। ইন্দ্ৰিশে ভুগিল। বিৰকতি তৈল কৰ্ম্মে নবাধিলা। বাসনা খণ্ডিল। কৰ্ম্মৰ জন। নহয় বজ্জম। গৃহিক নিল। নকৰা সজম। আশ্ৰম কা। জান' জন। শুনা সৰ্বজন। বৈষ্ণব চৰ্চ্চন। মিশ্ৰ যে গোসাঁই। বিবাহ কৰাই। পুত্ৰ জনমাই। আনন্দ মিলাই।