পৃষ্ঠা:সন্তমালা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ সন্তা। একত্ৰ কবিয়া। আত্মা সমৰ্পিয়া। বৈকুণ্ঠ পুৰত। কৰিলাহা গত তান ভ্ৰাতৃ সুত। জ্ঞানত পাৰ্গত। মিশ্ৰ জয়হৰি। গোপাল স্মৰি। কৰ্ম্ম সাঙ্গ কৰি। সত্ৰে বাস কৰি। বৈষ্ণব সান্ত। কৰিয়া পালন। পূজন বন্দন। হৰি সংকীৰ্তন ভাগবত গান। ভক্তি কথন। কৰি প্ৰতিদিন। থাকে হৰ্ষমন। শুনা পৰে যেন। সত্ৰ ভিন্ন ভিন্ন। আশ্ৰম এৰিয়া। জয়হৰি গৈয়া ৰাজাক জানাইয়া। গড়মূৰে গৈয়া॥ সত্ৰ কৰি দিল। তথাতে ৰহিলা। ধম্ম সংস্থাপিল। সন্তোষ মিলিল। || আয়ু শেষ ভৈলা। স্বধামে চলিলা। শৰীৰ এৰিলা। কম্ম সঙ্গি কেলা মিএ দেষগুণ। । শুনা সৰ্বজন। সজ্জন ৰঞ্জন। বৈষ্ণব লক্ষণ। শৰীৰ শোভিত। পৰম পণ্ডিত। মহা ভাগবত। জিহ্বাৰ মগ্ৰত।