সমললৈ যাওক

পৃষ্ঠা:সন্তমালা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমালা। ইটো কলিকাল। দেহ এৰা ভাল। দীন দয়াল। তাৰিও সকাল। বৈষ্ণব অনাই। বচন শুনাই। ধৰ্ম্মনীতি চাই। ত্ৰক গতাই। ভ্ৰাতৃ সুততান। গুৰুৰ লক্ষণ। মশ্ৰ বিদ্যাবান। জয়হৰি হীন। আসিলা সদন। বুলিলা বচন। নীতিশিক্ষা জ্ঞান। কহিলা তখন। মিশ্ৰ, জয়হৰি। দুইকো সাৰি। বাক্য যুক্তিকৰি। কৰ্মে অধিকাৰী ধৰ্মৰক্ষা কৰি। থাকা হৰিৰি। সত্ৰৰ ৰক্ষণ। বৈষ্ণৰ সজ্জন। মিলি সৰ্বক্ষণ। থাকা সৰ্বজন। যাত্ৰা কেশৰৰ। বৎসৰ বৎস। উৎসব কৃষ্ণৰ। কৰি তৎপৰ। এতেক বচন। কহিয়া তখন। চিন্তে মনেমন। যোগ আৰাধন। শৰীৰ এৰিতে। ভাবিলাহা চিতে। শাস্ত্ৰ নিয়মিতে। চিন্তিলাহ চিতে। জীব আত্মনিয়া। | ব্ৰহ্মত স্থাপিয়া।