পৃষ্ঠা:সন্তমালা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমালা। আসি নগণ। কৃষ্ণৰ চৰণ। পশিল চৰণ। শুক তৈল মন। ব্যভিচাৰ এৰি। সদাচাৰ ধৰি। বিষ্ণুক সুমৰি। বোলে ৰামৰি। ৰাসনা খণ্ডিল। জীব নিস্তৰিল। জানিল গোপাল। গুছিল জাল। বেদ পন্থ ধৰি। ভক্তি সাৰ কৰি। ধৰ্ম্ম ব্যক্ত কৰি। ম পৰিহৰি। সৌমাৰ দেশত। অনেক নিত। সত্ৰ কৰিলন্ত। কীৰ্তি ৰালিত। বনমালি দেয়। থাকিয়া তথায়। ভাগৱত কয়। ধৰ্ম্ম আচয়। চক্ৰধ্বজ ৰায়। শৰণ কৰায়। ৰাজ অভিপ্ৰায়। সত্ৰক কৰায়। নাম দক্ষিণ পাট। লোহিত দ্বীপ। ধৰ্ম্ম স্থাপিল। ৰহিলা তথাত! মৃগ ৰবিস্থিত। শীতৰ অন্তত। তৃতীয়াৰ গত। তিথি উপস্থিত। সেহি দিনাকাল। দেখিলা গোপাল। দেহ সৰ্বকাল। নথাকয় ভাল।