পৃষ্ঠা:সন্তমালা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমালা। নামত গোপাল। সন্তমতি ভাল। দামোদৰে পাইল। বৈষ্ণৱ চিনিল। আনন্দ মিলিল। জ্ঞান বাণী দিল। শোনিত বিহিত। সৌমাৰ দেশত। যাইতে উচিত। ধৰ্ম্ম আপা তৈত। আজ্ঞা বৈষ্ণৰৰ। পায়া দ্বিজবৰ। কৰিলাহা সাৰ। ভক্তিৰ প্ৰচাৰ। হেন আজ্ঞা পাইয়া। গোপালে চলিয়া। সৌমাৰক গৈয়া। ভাগৱত চায়। ধৰ্ম ব্যক্ত কৈলা। ভক্তি এচাৰিলা যাইতে উচিত। ধৰ্ম পা তৈত। সন্তৰ বচন। ৰাখিক মন। সৌমাৰ গমন। কৰিলা তখন। সৌমাৰে আসিয়া। গোপালে চিস্তিয়া। ভাগৱত চায়। ভক্তি প্ৰকাশিয়া। ধৰ্ম্মব্যক্ত কৈলা। বৌদ্ধে যে নিলা। যৌদ্ধে হিংসা কৈলা। কিছু নাহি ভৈলা | বৌদ্ধক খণ্ডিল। | বেদাচাৰ দিল। ভকতি পথক। দেখায় লোকক। ধৰ্ম্ম আপিলেক। | সত্ৰ পাতিলেক।