পৃষ্ঠা:সন্তমালা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ সমালা। উপদেশ পাই। পাট বাউনী ঠাই। সত্ৰক কৰাই। থাকিলা তথাই। আনক লভিল। সন্তোষ মিলিল। ভক্তি সাৰ কৈল। ধৰ্ম প্ৰবৰ্ত্তিল। আশ্ৰম এৰিল। তথাতে ৰহিল। বৈষ্ণব মিলিল। আনন্দ লভিল। বলোদেব বিৰে। তাহান সমীপে। পোষ্যপুত্ৰ ৰূপে। থাকিল সমীপে। উপদেশ পাইল। বনমালী পাচে। থাকি তাৰ কাছে। গোপালৰ পাচে। সৌমাৰে আনিছে। দেৰ গোপাল। চৰিত্ৰ সূৰ। না সৰে নৰ। চৰিত্ৰ তাহাৰ। পায়া কৃষ্ণবৰ। মুচুকুন্দ বৰ। তপস্যাৰ পৰ।

  • এৰিয়া শৰীৰ।

মুচুকুন্দ ৰায়। এৰি নিজ কায়। । ৰিকুলে যাই। জনমি দুনাই। কৌনজ দেশৰ। কৌণ্ডিল্য গোৰ। বিপ্ৰহৰি বৰ। | তান পৌত্ৰৰৰ। আনন্দ মিলিল। ততে বহিল।