পৃষ্ঠা:সন্তমালা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লা। হস্তে কৃতকাৰ। ' মুখে ৰাম নাম। লোক অনুপাম। তেজ। অনি কাম। সন্তমালা নাম। শুনা অনুপম। ! এৰি আন কাম। ধৰা কৃষ্ণ নাম। হেলা পৰিহৰি। হৃদি ৰূপ ধৰি। পাপক সংহৰি। বোলা হৰি হৰি। ঘোষা। বাক্য কৃষ্ণপদ লৈয়ো সাৰ কৰি। সৰূপে গুৰু ব্ৰহ্ম তৈলা মতৰি। শুনা আহপৰ। চৰিত্ৰ পূৰ্বৰ। পৃথিবী ওপৰ। অধৰ্ম্ম বিস্তৰ বিষ্ণু ভক্তগণ। দেখিয়া তখন। হৃদয়ে চিন্তন। কৰে নাৰায়ণ। পদ। নিত্য নিৰঞ্জন। কৰা পৰিত্ৰাণ তুমি বিনে আন। ৰাঁখে কোন জন। বৈষ্ণৱ ধৰ্মক। বেদৰ কৰ্ম্মক। সত্য ৰাখিবাক। | ধৰ্ম্ম স্থাপিক।