পৃষ্ঠা:সন্তমালা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বঙ্গে নবদ্বীপে। ধৰ্ম বোচাৰ। গঙ্গা সমীপে। কৰ্মৰ প্ৰচাৰ। ধৰ্ম্মৰ সন্তাপে। সৃষ্টিৰ প্ৰকাৰ। হৰি অংশ ৰূপে। বুজাইলা প্ৰজাৰ। বিপ্ৰৰ বীৰ্যত। আশ্ৰম বিহাৰ। চীৰ গৰ্ভত কৰি পৰিহাৰ। দ্বিজকুলে জাত। জ্ঞানকাণ্ড আৰ। চৈতন্য প্ৰাত। কৰিলা প্ৰচাৰ। বালক কালত। শ্ৰীচৈতন্য। তনগুণ যত। মহিমা বিস্ত। বিদ্যাত পাৰ্গত। চৰিত্ৰ পূৰ্বৰ। প্ৰম পণ্ডিত। কৰিছে প্ৰচাৰ। জানি চাৰিবেদ। সঙেক্ষপ পদত। কৰিলাহ বাদ। নিবন্ধিবো কত। যত বিসম্বাদ। কতো দিনা গত। কৰিলাহা ছেদ। গঙ্গাৰ জলত। সৃষ্টি ৰাখিবাক। বিনা নৌকা যান। কৰি আশ্ৰমক। কৰিলা গমন। আশ্ৰম ধৰ্মক। চৰণ স্পৰ্শন। দেখাইলা লোক।। পথ উতপন্ন।