পৃষ্ঠা:সন্তমালা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমলা। অগ্নি পান কৈলা। মহাত্মা দেখাইলা। বেদ প্ৰমানিলা। বৌদ্ধক কাটিল। ধৰ্ম্মক স্থাপিলা। বেদ প্ৰকাশিলা। গীতা টীকা কৈলা। ভাবাৰ্থ বুজাইল। শাস্ত্ৰ ভাগৱতা প্ৰকাশি কালত। ধৰ্ম পৃথিবীত। চাৰি দিশত। স্থাপন কৰিল। সুধামে চলিল। ভক্তে গুণ গাইল। আনন্দ মিলিন। বহুত শেষত। পাষণ্ড কলিত জন্মিল বহুত। ভাৰত ৰত পূৰ্বৱত ভৈল। বেদ লুপ্ত কৈল। ব্যভিচাৰ ভৈল। হৰি পাসৰিল শুনা নগণ। । হৰি বিনে আন। । অধৰ্ম্ম খণ্ডন। নহয় কখন। জানি নগণ। | পাপৰ তৰণ। | কৃষ্ণৰ চৰণ। । পশিও শৰণ। | পাপক খণ্ডিব। দুষ্টক দণ্ডিৰ। সত্যক পালি। ধৰ্ম্মক বাপিৰ। কৃষ্ণৰ কিঙ্কৰ। দ্বিজ কোষে। ভক্তিৰ আশাৰে। প্ৰাৰ্থয় কৰে।