পৃষ্ঠা:সন্তমালা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাল। নিসিদ্ধ শাক। পঢ়িয়া প্ৰত্যেক কুতকি তৈলেক। নাজানে কৃষ্ণক। ভৈলন্ত নৈষ্ঠিক। নামানে ধৰ্ম। নামানে গুৰুক। নুনে শাক। পশুৰ আচাৰ। কৰে ব্যৱহাৰ। ধৰ্মৰ বিচাৰ। নাহিকে তাহাৰ। কতো কতো না। স্বধৰ্ম্মক এৰে। ধৰ্ম্ম ব্যভিচাৰে। ভকতি পাবে। বেদ ব্যৱহাৰ। কৰে পৰিহাৰ। নাহি জাতি তাৰ। পাষণ্ড আচা। শুনা আতপৰ। চৰিত্ৰ পূৰ্বৰ। দেখিয়া বিস্ত। কৰিলা এচাৰ সত্যক ভাবি। নিশ্চয় মানি। চৰিত্ৰ চাহি। নপালে নিন্দিবা। পাচে মহাদেৱে। ধৰ্ম্মক ৰায়ে। সন্তক দায়ায়ে। পৃথিবী আসিয়ে বিজকুলে আৰ। গৰ্কে বিধবা। আচাৰ্য্য শব। ভৈলা ঘৰতাৰ। বেদ বিচাৰিলা। গবত পাইলা। প্ৰচাৰ কৰিলা। বৌছে ৰা কৈলা।