সমললৈ যাওক

পৃষ্ঠা:সন্তমালা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমান। মন বায়ু পাই। চিন্তুি অন্ত নাই। সংশয় মিলাই। পাৰকো নপাই। এতেকতে জানা। গুৰু সত্যমান। সংশয় নামান। হিত বাক্য জানা। ব্ৰহ্মা পুত্ৰ আৰ। শুনা নাৰদৰ। গুৰু বিশ্বেশ্বৰ। লভি মুনিবৰ। তন্ত্ৰ পঞ্চত্ৰ। ধ্যানৰ চৰিত্ৰ। জ্ঞানৰ পবিত্ৰ। চিলা বিচিত্ৰ। পাচে ভাগৱত। এ কলি যুগত। প্ৰকাশে কাহাত। না তাৰ তত্ব। শেষে পৰৰ। অসুৰ বৰ্বৰ জম্মিল বিস্ত। কৰ্ম্ম অধৰ্ম্মৰ। অধৰ্ম ভৰিল। পৃথিবী উৰিল। ভয়ত কম্পিল। বিধিয়ে প্ৰাৰ্থিল। পূৰ্ণ ব্ৰহ্ম কৃষ্ণ। ভকতৰ ইষ্ট। সন্তৰ অনিষ্ট। জানিলা গৰিষ্ঠ। ৰাখিবাক সন্ত। পাচে ভগবন্ত। দৃশ্য যে দিল। ভক্তে দেখিল। প্ৰত্যক্ষ হইলা। অসুৰ ধ্বংসি। ব্ৰজত কীড়িলা। ভক্তে গুন গাইলা।