পৃষ্ঠা:সন্তমালা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্তান। ভক্ত পাণ্ডবৰ। সঙ্গে দামোদৰ। কুৰু পাণ্ডবৰ। লগাইল সমৰ। অধৰ্ম্ম নাশিলা। ধৰ্মক স্থাপিলা। বংশকে নাশিলা। ভাৰ সংহৰিলা। উদ্ধৱে নমিলা। জ্ঞান শিক্ষাদিলা। বৈকুণ্ঠে গমন। কৈলা নাৰায়ণ শুনি পাণ্ডুগণ। লৰিলা তখন। বৈৰাগ্য পৰিল। মোহ দূৰ তৈলা। উত্তৰক গৈলা। স্বৰ্গে আলোহিল। পৌত্ৰ পাওৰৰ। ছৈলা নৃগৰ। পাচে পৰীক্ষিত। ধৰ্মৰ অহিত। জানি আচৰিত। লৰিলা ধৰিত। কলিক খণ্ডিল। এক পিল। কাল আসি ভৈল। ঋষি শাপ পাইল। বৈৰাগ্য মিলিল। গঙ্গাতীৰে গৈল। সাধুসঙ্গ লৈলা। প্ৰশ্নকো সুখিলা। ঋষি পৰ্য্যন্ত। শুক আসিল। ৰাজায়ে পু। শুকে কহিল। পাচে নৃপমণি। শুক মুখে নি। ভাগৱত ৰা। | সাৰৰগত মানি।