পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

আদ্যশ্ৰাদ্ধ সপিণ্ডন যথাযোগ্য দান-দক্ষিণা আদি হিন্দু বিশ্বাসমতে মৃতকৰ সদগতিৰ অৰ্থে সকলো কৰ্ম্ম সমাপন কৰি জ্ঞাতি-কুটুম্ব, আত্মীয়-স্বজন, বন্ধু-ৱান্ধৱৰ প্ৰতি যথাৰীতি লৌকিকতা পালন কৰি পুত্ৰদ্বয়ে স্বৰ্গগত পিতৃৰ উদ্দেশ্যে সন্তৰ্পণে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিলে।