পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

ৰাম দয়াশীল মোৰ প্ৰভু,
দয়াশীল দেৱ দীন-বন্ধুৰে ৰাম; ৯৩৭
হৰি হৰি পৰমানন্দ প্ৰভু পী তাম্বৰ হৰি পীতাম্বৰ
পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ ৯৩৮
হৰি হৰি ৰাম বান্ধৱ হৰি কাম,
হৰি হৰি এ নাৰায়ণ জয় গোবিন্দ ৰাম |৯৩৯
পৰমানন্দ জুয় পৰমানন্দ হৰি হৰি,
হৰি হৰি হৰি হৰি এ,
হৰি এ পৰমানন্দ জয় পৰমানন্দ ৯৪ ০
কমলাকান্ত জয় কমলাকান্ত কমললোচন বনমালী।
হৰি এ বনমালী এ কমলাকান্ত জয় কমলাকান্ত ৯৪১
দামোদৰ প্ৰভু নামে দৈৱকীনন্দন দীনবন্ধু
হৰি এ দীনবন্ধু বা 'দ1৯৪২
জগত জীৱন ৰাম ৰঘুপতি জগত জীৱন ৰাম,
হৰি হৰি জগত জীৱন ৰাম।
জগত জীৱন ৰাম যদুপতি, জগত জীৱন ৰাম,
হৰি হৰি, জগত জীৱন ৰাম ৯৫৩
জগত জীৱন ৰাম গুগত জীৱন ৰাম, জগত জীৱন ৰাম
জগতৰ সুমঙ্গল তুৱা 'গুণ নাম [৯৪৪
মধুসূদন দেৱ মধুসূদন দেৱ।
তুমি বিনে অগতিৰ গতি নাহি কেৱ৯৪৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি।