পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সটীক নামঘোষা

গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম॥৯২৫
নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়,
মুৰাৰি এ হৰি ৰাম॥৯২৬
প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ॥৯২৭
হে হে পৰম গুৰু হৰি পুৰুষোত্তম হৰি পুৰুষোত্তম
পুৰুষোত্তম পুৰুষোত্তম জয় পুৰুষোত্তম॥৯২৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় নাৰায়ণ॥ ৯২৯
মোৰ প্ৰভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ।
পৰমানন্দ পৰমানন্দ হৰি পৰমানন্দ॥৯৩০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভু দেৱ নাৰায়ণ নাৰায়ণ।
নাৰায়ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভু দেৱ॥৯৩১
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
পতিতপাৱন হৰি গুণে অনুপাম॥৯৩২
গোপাল গোবিন্দ হৰি ৰাম ৰাম ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম॥৯৩৩
পৰম পুৰুষ শিৱ সনাতন।
অনন্ত অচ্যুত নিত্য নিৰঞ্জন॥৯৩৪
ৰাম নিৰঞ্জন ওঁ ৰাম নিৰঞ্জন।
নিৰাকাৰ হৰি এ ৰাম॥৯৩৫
ৰাম সদাশিৱ ওঁ ৰাম সদাশিৱ,
সনাতন প্ৰভুৰে ৰাম॥৯৩৬

ওঁ-প্ৰণৱ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ।

৩০