পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

তাপ তিনি-আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক এই তিনি তাল
 দয়াশীল দেৱ দামোদৰ তুষি দীনজন বন্ধু!
 পতিত পাৱন তুমি কৃপাময়
 কেৱল কৰুণা সিন্ধু॥৭৬৮
মাশীল—দয়াৰ স্বভাব কেৱল কৰুসন্ধু-~~-গ :
 হৰি হৰি হৰি হৰি হৰি হৰি
 তুমি কৃপাময় দীন দুঃখ বিনাশন।
 ভৃত্যভৱহাৰী জানি তোমাৰ
 চৰণে লৈবে: শহণ ৭৬৯
 ভৃত্য ভয়হৰ সেৱকন ও হৰণ কৰে’ত? : একান্তমনে - ৰানৰ সেৱক হলে ব' ও "শ্ৰয় দল, একালৈকে ভয় নাথাকে; সেয়ে ভগৱানক ভূভয় ছ ৰ বোলে।
 হে কৃষ্ণ দয়াশীল, দয়া ছাৰবা মোক
 অজ্ঞান তিমি মাশিয়া বিজ্ঞান
 প্ৰদীপ প্ৰভু দিয়োক! ৭৭০
 হে দয়াশল কৃষ্ণদেৱ, মোক মৰম নকৰাকে নাথাকিব-মোৰ