পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোৰা তেন্তে তুমি জান ব্ৰহ্মপাৰ পৰপাৰভূত যত পাৰ তাসম্বৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে॥ পৰূপাৰভুত - – অপৰ পাৰত থক। পাৰ-কাষ, অন্ত সীম', উস্কাৰৰ উপায়

এই সংসাৰখন পাৰ সাগৰৰ ফৰে; এই অপাৰ স গৰৰ আন যত প ব অস্ব , তাৰ ভিৰত পৰমণত্ম ৰূপ জগত জুৰি থাকা বিষ্ণুৰই পৰম পৰ ২। অপৰ সাগৰৰ শ্ৰেষ্ঠ উদ্ধ’ৰ কা; তেনেহলে অপাৰ সংসাৰৰ অসাৰ পাৰত থকা জীৱ বাৰৰ বিষ্ণুয়েই মাত্ৰ আশ্ৰয় অৰ্থ ও বিষ্ণুয়ই কেবল মাংসৰ জীৱৰ উদ্ধাৰ কৰ্ত্তা; তুমি সেই ব্ৰহ্মৰ বা শ্ৰেষ্ঠ অশ্ৰ অৰ্থ ও বিষ্ণুক জানিবলৈ যত্ন কৰা। অশুভা চ শুভ চেতি দ্বিধা স হেতুতেদত। অশুভ মহতাং কোপাৎ শুভ মহদমু গ্ৰহাৎ৫১১ [ ৫৯১] সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মোক্ষৰ মুল হেতু শুনা যেমতে উপজয় পুৰুষত। সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা হে'ৱে দুৰ্বাসনা সন্তৰ মন কোপত। বাসনা দুবিধ—সুবাসনা আৰু দুৰ্বাসনা। ভগৱন্তৰ ভক্তি কামনা কৰক সুবাসনা আৰু সংসাৰ কামনা কৰা দুৰ্ব্বসনা বোলে। সুব-