পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা তুমি প্ৰভু, পৰম পুৰুষ ভগৱান—তোমাৰ আগতে কেৱে নাছিল আৰু পাচলৈও কেৰে নহব, তোমাৰ জন্ম নাই আৰু মৃত্যুও নাই—তুমিয়েই প্ৰভু জগত চৈতন্ত্ৰ স্বৰূপে আৰু সংসাৰৰ সকলো ভাব ভাবো অৰ্থ ও চৈতন্যৰূপে থাকি তুমিয়েই সংসাৰ চলাইছ, প্ৰভু, মই তোমাক নমস্কাৰ কৰোঁ। [ abb] ব্ৰহ্মা মহাদেৱ লক্ষীদেৱী কায়বাক্য মনে স্থিৰ কৰি পৰম আনন্দে চৰণ সেৱন্ত যাব। সদা জন্ম-মৃত্যু জৰাহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি বিষ্ণুত বিনায় কোন দেৱ আছে আৰ। সৃষ্টি জনাৰী ব্ৰহ্মা, সংহাৰকাৰী মহাদেৱ আৰু সংসাৰৰ ঐশ্বৰ্য্যৰ গৰাকিণী লক্ষ্মদেৱীয়ে যাক সকলোৰে মূল বুলি স্থিৰ কৰি হৰি মনে দেহে যে পূজ কৰে আৰু বি কোনো কালে নজস্মে, বুচা নহয়, যি সশয় আছে অক 'ধ অতি ধুৰ্নয়া, সকলো গুণৰ অধি- কাৰী স্বৰূপ সেই ভগবান বিষ্ণুৰ বাহিৰে কোন ডাঙৰ আছে। য বিশ্ৰুতি: শ্ৰুতিপুট শমলং পূণতি প বনে-জলঞ্চ চঞ্চ। কালভ ৰ্জত ভগাপি যদ পদ্ম- স্পৰ্শোধশক্তিৰতবৰ্ষতি নোহখিলাৰ্থা।৫৮৯