পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OL সক নামঘোষা সৃষ্টি স্থিতি অস্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ। ৰোগ, শোক, ভয়, দুখ আদিৰপৰা উদ্ধাৰ কৰতা দেতা কেবল এক কৃষ্ণ অৰ্থাৎ ভগবানেহে কেৱল এইবোৰৰ পৰা জীৱক উদ্ধাৰ কৰিব পাৰে আৰু কল মায়া আদিৰ গৰাকী কেৱল তেওঁ অৰ্থাৎ মৃত্যু আৰু মৰপৰা তেওঁহে জীৱক হাত সৰব পাৰে; তেওঁতকৈ আৰু শ্ৰেষ্ট দেৱতা কোনো নাই; স্বজন-পালন আৰু সংহাৰ কৰোতা দেৱতাও কৃষ্ণই, তেওঁৰ বাহিৰে আৰু কোনো নাই। ভগৱানেই সমুদায় জগতৰ সাৰস্বৰূপ। [৫৮৭) নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিগুণ গুণ নিয়ন্তা। পৰম পুৰুষ ভগৱন্ড নাহি পূৰ্বাপৰ আদি অন্ত তুমিসে চৈতন্য সমস্ত ভৰ ভাৱস্তা নিত্য-সদায় থাকা, সত্য। নিৰঞ্জন-নিৰ্মল। (জল) হৈছে, অয়ন-(আশ্ৰয়) যাৰ; বিষ্ণুৰ অংশৰতাৰ। শিব-মঙ্গলময়। পূৰ্বাপৰ-পূৰ্বে আৰু পৰে। সনাতন-অতি পুৰণি শাশ্বত, চিৰস্থায়ী। তুমি নিত্য, নিৰ্মল, মঙ্গলময়, চিৰস্থায়ী আদি-অন্তহীন; আৰু তুমি সত্ব, ৰজ, তম গুণৰ অতীত, অথচ এই তিনি গুণৰ তুমিয়েই নিয়ামক অৰ্থাৎ এই তিনি এ তুমিয়েই আমাৰ অন্তৰত দিছা।