পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামবোৰা কৃপা ( ৫৮৪ কৃপাৰ সাগৰ কৃপাময় কৃপানিধি। তুৱা গুণ-নাম কতৰ সৰ্বসিদ্ধি। হে কৃপাৰ সাগৰ, কৃপাময়, কৃপানিধি, তোমাৰ গুণ-নাম কাৰ্ত্তনেই কৰ সৰ্ব্ব সস্তি স্বৰূপ অৰ্থাৎ ওক্তে তোমাৰ গুণ-নাম লৈয়েই ধৰ্ম- অৰ্থ-কাম-মোক্ষ সাধন কৰে। $ [৫৮৫ ] কিনো কৃপাময় দেৱ প্ৰভু যদুৰায়। মুখ মাজে থৈলা নাম সৰ্বক্ষণে পায়। হে প্ৰভূ যদুপতি, তুমি কি দয়াময়। তোমাৰ নাম বিচাৰি অন্য ঠাইলৈ যাব নালাগে, আমাৰ মুখতে তোমাৰ নাম থৈ দিছা। যেwিয়াই নাম লবলৈ আমি ইচ্ছা কৰে। তেতিয়াই নিজৰ মুখতেই তোমাৰ -মাম পাওঁ। ঈশ্বৰ নিৰ্ণয় একং স দেৱো ভয়-দুঃখহন্ত, প: পৰেষাং ন ততোহতি চায়। অষ্টাস পাতা স তু চান্তকা, বিষ্ণু: সমস্তাখিলসাৰভূত: [ 0 ] কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।