এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৩৩
সটীক নামঘোষা
প্ৰাৰ্থনা
[ ৩০৩ ]
তুমি সৰ্ব্বসাক্ষী আত্মা হৃষীকেশ
জ্ঞানাহা মোৰ চিত্তক।
শৰণাগত মই আতুৰক
উপেক্ষা কৰা কিসক।
উপেক্ষা কৰা ফিৰি চাৱ, বিমুখ কৰ', হেল কৰা। হে প্ৰভু, মই কি ৰে, কি ভ', সকলকে তুমি দেখিছা; তুমি মোৰ অ' অ' তুয়েই মোৰ ইংবে'ৰৰ অধিপতি, মোৰ অন্তৰত কি ভাৱ উদয় হয় তাও তুমি জন! যই বাসনাৰ অধীন হোৱাৰ ফলত সংসাৰত লটিঘটি হৈ আৰ আৰু তোমাৰ ওচৰত আশ্ৰিত; (তাক তুমি ভালদৰে জানিব পাৰিছ', এনেস্থলত) কিয় তুমি মোক ফিৰি নোচোৱ'?
নৰকে পড়তে শুৰু : যা মন প'ৰষিত:।
কিং হয় ন চ্চিত। দেৱ: কেশব: শী"শনঃ
নৈবোপ চিতি: স্তবে "।
ব্ৰক্ষায়ুপ কৃমৃদ্ধ মুশ্চৰত।
যোহস্ত হস্তঃভৃত শুভং বিধুম্ব-
স্নাচাৰ্য চৈত্য বপুষ। স্বগ তং ব্যক্তি। ৩৩-৩৪}
{ ৩০৪ ]
হে কৃষ্ণদেৱ মই আৰক
চৰণে কৰা উদ্ধাৰ।