পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা। বাসুদেৱ বাসুদেব বাসুদেৱেতি যো বলে। ত বৈৱশতে ৰাজা কৰেত লিপি মাৰ্জনম্ ২০ ( ২৬? বাসুদেৱ বাসু দেৱ বাদে বুলিয়া যিটে। সুমৰে। জানা বাজা লিখন মাৰ্জনা কৰে। সিটো পুৰৰ ( আমাৰ শাৰতে ম মৃত্যুৰ অধিকাৰী; কোন কিমানদিন খাকিৰ শাখে, কোন কেতিয়া মৰিব লাগে, যৰ ৰজাই তাৰ হিচাব খে বুলি আমি বিশ্বাস কৰে। ৰি মানুহে জগত খাৰণ কৰেঞ্জা ভগৱানৰ বাসুদেৰ আদি নাম একামনে কাৰে সৈতে লা, সেই মানুহৰ জন্ম-মৃত্যুৰ হিচাৰ ৰম ৰজাই মচি শেলায় অৰ্থাৎ একাছে ভগৱানৰ নাম লোৱা মানুহে জন্ম-মৃত্যুৰ হাক্ত সাৰে বা সেই জীৰ মুক্ত হয়। সহস্ৰনামাং দিব্যানাং লিৰাবৃত্ত্যা তু যৎ ফলং। একাৱৰ্ত্তেন কৃষ্ণ নামেকং তন্নিস্থতি ৪২৭ [204] দিব্য সহস্ৰেক নাম তিনি বাৰ পঢ়ি পাৰে যিটো ফল।