পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা সত্য-সত্য, নিত্য। অসত—নশ্বৰ, মিছা। ভগৱান সৎ, নিন্ত, চৈতময়; অসৎ, অনিত্য। জড় বা প্ৰকৃতিৰ চৈতন্য নাই। কিন্তু এই অনিত্য চৈতন্যহন প্ৰকৃতিৰে যি বিনন্দীয়া সৃষ্টিখন হৈ নিত্যানন্দৰ ভড়াল হৈছে, তাৰ কাৰ হৈছে সচ্চিদানন্দ ভগবান। ভগৱান সৎ ৰা চৈতন্য আৰু অসৎ | জড়ৰ মাজত কৰিছে। এনে সূক্ষ্ম নিৰাকাৰ সৰ্বব্যাপী ভগৱানক যি উপাসনা কৰে, তেওঁৰ মনকে শুদ্ধ মন নোলে আৰু সেই জীৰেই ভগৱানক লাভ কৰিব পাৰে। [ ২৫ ] মায়া আদি কৰি সমন্তে অসম্ভ জানিবা জড় নিশ্চৰ। হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয় # অসন্ত-অসং, জও। মায়, মন, বুদ্ধি আদি জড়বিলাক ক্ষণভঙ্গুৰ অৰ্থাৎ সকলোবে বিনাশ আছে; কেল ভগৱানেই সত্য আৰু চৈতম, ত বিনাশ নাই, সি চিৰকাল আছে; থাকিব; এতেকে ভগানেই সকলোতকৈ শ্ৰেষ্ট , ধৰ্ম্মশাৰ; অৰ্ধ এয়ে।