পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ সটীক নামঘোষা জীৱৰ উদ্ধাৰকৰ্ত্তা তুমিয়েই। তুমি মোৰ অতি প্ৰিয়, তুমি সকলো দেৱতাৰ ওপৰত আৰু আটাইৰে গৰাকী; ইয়াকে জানি প্ৰভু, মই তোমাৰ আশয় বলে। ভউন জি তে কিন্তু কেন জিতং তেল মাদ্ভয়ং। জিহাঝে অৰ্ধক্তে য হৰিৰিত্যক্ষদ্বয়ং ১৮৮ [ Sbb ] জয় জয় জয় কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৰে। পঙ্কজ মন মজোক মোৰ ভাৱে। জয়মঙ্গলদাতা, সিদ্ধিদা, শিক্ষক হেৰুৱা। মন মজোক মোৰ স্বভাৰে—মোৰ মন কাপোনা আপুনি তোমাৰ চৰণত লাগক বা তোমাৰ চৰণত মোৰ মন থকা অভ্যাস হওক। [ পৰমেশ্বৰৰ নাম ললে কাম-ক্ৰোধ আদি শক্ৰবোৰ কাষ চাপিব নোৱাৰে-বিষয়ু ভাৰ ভয়ত আঁতৰে; সেই কাৰণে পৰমেশ্বৰৰ