পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা নামৰ আগত ‘জয়’ তিনিবাৰ দিয়া হৈছে।] হে সিদ্ধিদাতা কৃপাময় কৃষ্ণ, তোমাত মই একান্তে শৰণ ললো, তোমাৰ পদ্মৰ চিন একা চৰণত মোৰ মন বিষয়ৰপৰা গৈ যেন মগ্ন থাকে অৰ্থাৎ তুমি মালদাতা • কৰুণাময় প্ৰভু, তোমত মই শৰণ লৈছে, তুমি মোক এনে কৃপা কৰা, মেন মই সংসাৰ ভয়ৰপৰ উদ্ধাৰ হৈ তোমাক ভবাটো মোৰ সহজ হয়। [ ১৮৯ জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী। পৰম দেতা জানিয়া তোমাৰ চৰণে ভজিললা আমি হে সিদ্ধিদত। ৰাম, তোমাৰপৰাই জগতৰ উদ্ভৱ হৈছে, তুমি জগতৰ প্ৰণ স্বৰূপ আৰু তুমিয়েই জগতৰ গৰাকী। তুমি সৰ্বদেৱ শ্ৰেষ্ট; প্ৰভু, মই ইয়াৰ বুজিব পাৰি তোমাৰ চৰণত আশ্ৰষু ললে॥ [ ১৯• ] অনাদি অনন্ত হে ভগবন্ত ভজো কৰি প্ৰণিপাত। মুকুতি ৰসকো তেজি মহাজনে শৰণ লৰে তোমাত।