পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। ভজামি পুৰুষোত্তমং পৰমং পুৰুষং পৰমানন্দং স্বামিন। ভগৱন্তং নৰোত্তমনস্তমীশ্বৰ পৰমদেৱতাং বলে। (79) [dbo] মই দুৰাচাৰ কেৰলে তোমাৰ অপৰাধী নাৰায়ণ। ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিললা হেৰা শৰণ॥ 1 মই যিমতে চলিব লাগে, এই মাধ্যময় সংসাৰত পৰি সেইমতে সই চলিৰ পৰা নাই, মায়াও পৰি মই তোত মন ৰাখি চলিব পৰা নাই; প্ৰভু, মই তোমাৰ কেৱল অপৰাধহে কৰিছে। ভগৱান, মই তোমাক আশ্ৰয় কৰিলে, মোৰ এই সকলো দোষ ক্ষমা কৰি তোমাৰ সেৱক কৰি লোৱা। [ ১৮৪ ] হে কৃষ্ণ স্বামী তযুপদে আমি কেৱল শৰণ চাওঁ। মায়াৰ নিগ্ৰহ তেৱেসে প্ৰভু এৰাওঁ। কৰা অনুগ্ৰহ