পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘােষ! মণি অর্থাৎ সকলােতকৈ শ্রেষ্ঠ অথচ নিজ ভকতৰ বশ্য কন্তু অজন কৰিলে । দ্বিতীয় থোষাৰে কৃষ্ণ নামেৰে ভৰুসাগৰ দ্বাপকা দেৱতাৰ উপাসনা কৰিলে, তৃতীয় ঘােষাৰে কৃষ্ণ নামৰ মহিমা ঘোষণা কৰি নামত শৰণ ললে আৰু ৪র্থ ঘােষাৰে একান্ত অর্থাৎ এক কৃষ্ণ শৰণীয়া ভকতৰ গুণ কীৰ্ত্তন কৰিলে। “শঙ্কৰদেৱেও পুনৰ প দেখাইলন্ত । নাম-ভ-দেৱগুৰু চিনাই দিলন্ত ১৪৮৩ প্রথমতে মহন্তৰ সেৱা কৰিবেক। শুদ্ধভাৱ দেখি ন কৃপা মিলিবেক কহিব ধৰ্ম্ম ধৰিবেক শুদ্ধমতি। হৰিকথা শ্ৰৱণত কৰি দৃমতি ৪২১২৮ কৃষ্ণত হুইবেক প্রেম দৃঢ় ভক্তি জাত, দেহ ব্যতিৰেকে আগ্ধ পানিব্য সাক্ষাত। কৃষ্ণৰ পৰম কপা হইবে তান প্রতি। সৰ্বজ্ঞাত আদি গুণ জানিবা সম্প্রতি ॥২১২৯ ৰাচৰণ ঠাকুৰ-গুৰু-চৰিত। অব্যক্ত কথং পূজা ব্যাপকে কিং বিসর্জন। অমূর্তদাৎ কথং ধ্যানং নামমাত্ৰাৎ শুচিভবেৎ।