পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১।৶৹
গানৰ সূচী।

জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ ... ৩৫০
জয় জগবন্দন কৃতান্তবাৰণ ... ৩৯
জয় জয় কৃষ্ণ গোলােক বিহাৰী ... ৪২
জয় জয় জয় দেৱ শঙ্কৰ পুৰুষ হে ... ১৯৯
জয় জয় যাদৱ জলনিধিজা-ধৱ ... ৩৩০
জয় জয় ৰাম ৰাঘৱ ৰঘুকুল পঙ্কজ ... ৩৪৫
জয় দান তাৰণ প্ৰভু নাৰায়ণ ... ৫৫
জয় দুর্গা দুর্গতি নাশিনী ... ৪১
জয় দেৱেশ পদ্মাসন ... ২৭৩
জয় বিভু বনমালী ... ৩১৪
জীৱ থাকে মানে নাথ তুমি মােৰ অধিপতি ... ১০৪
জোনালী স্বৰগ জিলিকে ধৰণী ... ২৩৫
ডেকা ভাই কিসৰ হৰিষ তােৰ ... ৩৪৮
তৰিলোঁ বেটায়ে প্রভু তযু দয়া পাই ... ৪৭
তুমি কাৰনো জীয়াৰী ... ১৬৩
তুমি বলিয়া কিয় বলিয়া হেৰা বলিয়ানী ... ৮৩
তুমি হৃদয় ৰতন ... ৩০৫
তুমিহে প্রেয়সী মােৰ জীৱনৰ জীৱ ... ১০৮