এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১॥৹
সঙ্গীত-কোষ।
| তুলি ফুল গাথোঁ মালা ... | ৯৩ |
| তুহুদান তাৰণ দুষ্ট দমন ... | ৪০ |
| তেওঁ যদি অনুৰাগী আনে আৰু কোনে জানে ... | ১১১ |
| তেওঁনো কিহৰ কুটুম ঐ ... | ১৭১ |
| তেনে আৰু কিয় কান্দো বহি ফুলনিত ... | ৩০১ |
| তােমাকেহে কৰোঁ প্রভু জীৱনৰ লক্ষ্য মােৰ ... | ৬৪ |
| তােমাৰেহে ছবিটিকে দেখোঁ মাথো যেনি চাঁও ... | ৮৫ |
| ত্যজৰে কমলাপতি পৰভাত নিন্দ ... | ৩৪৪ |
| ত্রাহি দেৱ দামােদৰ যাদৱানন্দ ... | ৩৭৬ |
| থিত হােৱাঁ আই আহি মােৰ হৃদয়ত ... | ৪৮ |
| দয়াল হৰি ৰাখা আজি চৰণতলে ... | ৬২ |
| দিবা দৰশন প্রভু' দিবা দৰশন ... | ৪৫ |
| দিলোঁ সপি আপােন হাতে ... | ২৫৫ |
| দিয়া দেবি পােহৰ সুন্দৰ ... | ৫৮ |
| দীন দুখীয়া আমি অসমীয়া ... | ২২৪ |
| দেখা দিয়া আহিহে জীৱনৰ জীৱন ... | ৪৯ |
| দেখা দিলে মাথাে বিজুলী দৰে ... | ৩১৫ |
| দেখা পাই লাজে ধৰিলে আগচি ... | ১০১ |