এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১।৵৹
সঙ্গীত-কোষ।
| খােপাত মালতী চাকি কিয়নাে পিন্ধিছা ... | ১৬০ |
| গইছে গই উৰি উৰি প্রাণপখি কেনিবা হায় ... | ১৪১ |
| গকুলে আজু গােপাল বিনে ভয়ো আন্ধিয়াৰী ... | ৩৪৩ |
| গভীৰ ৰাগিণী মােহনসুৰ ধৰি ... | ২৪ |
| গােৱাঁ কুলি গােৱাঁ ... | ২৪০ |
| গােৱাঁহে গােৱাঁহে সবে জয় আনন্দৰ জয় ... | ২৫৭ |
| ঘনাই ঘনাই কিয় তােৰ চবি মনত পৰে ... | ২৮৫ |
| চাৰি ৰত্নাসনে চাৰি সতি বহে ... | ২৪৫ |
| চাপিছেহি ঘাটে আজি প্ৰেমৰ তৰণী ... | ৩০৪ |
| চেনেহৰ ফুলনি বাৰী মােৰ ... | ১০২ |
| চেচাঁ পােৰা হলাে মই হিয়া বিলাই ... | ১৬৭ |
| চোৱাঁ আকাশলৈ বেলি ফট্ফটিয়া ... | ১৯ |
| চোৱাঁ কেনে প্ৰকৃতিৰ শােভা বিতােপন ... | ৫১ |
| চোৱাঁ চোৱা দুষ্টৰাহু গিলিছে অসম জোন ... | ১১৮ |
| চোৱাঁ চোৱাঁ হেৰা সভ্য কুৰিশতিকাৰ ডেকা ... | ২৪১ |
| চোৱাঁ সখি আজি নতুন ধৰণে সাজি ... | ১৮৮ |
| চোৱাহে জাতি যূতি মালতী ... | ১৩১ |
| জনম কেবলে মােৰ ভুগিব যাতনা ... | ১১৬ |