পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৵৹
সঙ্গীত-কোষ।

কত আৰু সহিম বিলাই ... ৭১
কত দিনে ভাবি পাইছাে তােমাক ... ২৮৮
কতনো জিযাতু আৰু সহিম দুখুণী প্রাণে ... ৭৪
কতনাে ধাউতি কৰি চাবলই চকুভৰি ... ১২৪
কত সুধিলে কথা লাজে নেমাতিলোঁ ... ১১৭
কথা এটি শুনিযােৱাঁ ঔমােৰ ভোটাতৰা ... ১৬৮
কথাত নমজে মতা তেন্তেনাে তই কি ৰচকা ... ১৭০
কমকি মনৰ কথা যেন লাগে তােমালৈ ... ৮৫
কৰা কৃপা দয়াময় কৰিছোঁ মিনতি ... ২১০
কৰাঁহে কৰুণা হৰি দিযা তযু পদতৰী ... ৬২
কবনে কথাটি চাবনে উভটি ... ১৩৬
কৰিছো কাকুতি সখি নেযাবা উভটি ... ২৭৩
কৰুণা বিতৰি প্রভু দিযাঁ শান্তি পদ ছাযাঁ ... ৫৪
কলৈ গলা প্রাণনাথ লােৱাঁহি এবাৰ ... ৮৯
কলৈ গলা পাণপ্রিয়া চেঙ্গা দি নিচলা প্রাণে ... ২১৯
কান্দি এতেদিনে জপিলো তােমাকে ... ৩১২
কালৰ সােতত পৰি মােহমাযা আদিকৰি ... ২১২
কালি এতেবেলি আছিলা আইদেউ ... ৩২৯