এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৴৹
গানৰ সূচী।
| উঠাঁ একে চিপে অসমীয়া ভাই ... | ১৩ |
| উঠাঁ বীৰসব উঠাঁ কাচিপাৰি ... | ২০১ |
| উঠাঁহে অসম মাতৃ ... | ২৭ |
| উঠাঁহে উলাহে গাওঁ গান ... | ১৯২ |
| উঠি কাম কৰাঁ কামী কলিযুগ। ... | ১৫ |
| উদিছে সুদিন কিনো শুভদিন ... | ২৩ |
| উৰুৱা উৰুৱা আনন্দ নিচান ... | ৩১১ |
| এইনো সাজে পাৰে নুশুৱাই বোপাদেও ... | ৩২৪ |
| একেবাৰে প্ৰাণনাথ মোক পাহৰিলা ... | ১০৭ |
| এ ঠাকুৰাণি আই তোমাৰ নীলাচলে ৰতি ... | ৫৮৬ |
| এনুৱা বিলাই দেখিছা বোপাই ... | ৫ |
| এনে সময়ত মন হোৱা সচেতন ... | ২ ৭ |
| এৰা এৰা ভাই এৰা সোৰোপালি ... | ৩১ |
| এবাৰ হাহাঁ প্ৰাণ ভুবন মোহিনী ... | ১১৩ |
| এবেলি প্ৰাণৰ সখি দেখিছিলোঁ তেওঁক হবলা ... | ১৩৮ |
| ওৰণি কাখৰি কৰি নেচাবা নেচাবা ... | ১৫৬ |
| ওৰে সখি পেখোৰে কুঞ্জলোচন ... | ৩৩৪ |
| ওলায় আহাঁ আইদেৱে ... | ৩২০ |