সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৶৹
গানৰ সূচী।

কাহানি লাগি কলি ফুটি উঠিব ... ১৩৩
কাৰ বাহাঁ মাতে পুৱতী নিশা ... ১২৬
কি আছে সংশয় ... ৫৩
কি কম বখানি জানিছো নিজেই ... ১৫৩
কি কাৰণে প্রিয়া তুমি মুখেৰে নেমাতা মােক ... ১১৮
কি কাৰণে নিশি দিনে ভাবি থাকা তাক ... ১১৪
কি কাম জীৱনে আৰু মৰণ মঙ্গল ... ১১।
কিনো আছে প্রভু মােৰ দিওঁ চৰণত ... ৫০
কিনাে ছবিটি হিযাত নাচি ... ২৪৮
কিনাে মােহিনী বাণ মাৰিলে সখি ... ১২৮
কিনে উলাহে ফুলনি হাঁহে ... ২৬৮
কিনো ৰূপে শােভে সতী পতি সহ মিলনে ... ৬৫
কিনো সুমঙ্গল আজি শুভদিন ... ২৩১
কিবাৰূপ হেৰিলোঁ সখি আজি ফুলনি বাৰীতে ... ১১৮
কি মধুৰ ভাব আজি প্রেমিক প্রেমিকা মনে ... ২৯৬
কিমান সুৱলা মাতে প্রতিধ্বনি গায ... ২৭৭
কি মােহিনী বাণে সখা হিয়া মন নিলা হৰি... ২৯৮
কি বুলি তাৰ দিওঁ পৰিচয় ... ৫৯