পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৲
সঙ্গীত-কোষ।

আহাঁ সখি আহাঁ যাওঁ নিকুঞ্জবনলৈ ... ২০৩
আহাঁ সখি দুইও মিলি ফুল তােলােগৈ ... ২৭২
আহাঁ সবে বন্ধুগণ দুখ পৰিহৰি ... ১৮
আহাঁ সবে ভাই স্নেহমালা লই ... ১৭৮
আহাঁ সবে ভাই হিয়া উবুৰাই ... ২৬০
আহাঁ সবে মিলি যাওঁ ... ১৮৭
আহাঁহে অলি ৰুপৰ ডালি ... ১৭৬
আহাঁহে আহাঁহে আহাঁ উলাহেৰে ... ১৯
আহাঁহে এবাৰ হৃদয় আকাশ ... ১৪৫
আহাঁহে প্ৰেয়সি আহাঁ এটি মই কথা কওঁ ... ১০৬
আয়তী সকলে উৰুলি দিয়াহে ... ৩২৫
ইবাৰ দয়াময় দয়াময় কৰাহে কৰুণা অধমে ... ১৮৯
ই মিলন গুণে কি শােভা শােভিছে ... ২০৭
উঠাঁ উঠাঁ আসামবাসী হৈছে সুখৰ দিন ... ১৬৫
উঠৰে উঠ বাপু গােপাল হে ... ৩৪৩
উঠাঁ উঠাঁ উঠাঁ সবে অসম সন্তান ...
উঠাঁ উঠাঁ উঠাঁ সবে ... ২৫
উঠাঁ উঠাঁ সবে আসাম সন্তান ... ২৬৩