পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহিমতে হৈতে প্ৰভু কুৰন্ত ভকতি। আতপৰে কথা যেন শুন মহামতি॥ দেউলৰ উত্তৰ হাৰ্থ আছ, তহিত। পদশাল। নিয়া থৈলা তাহাৰ তীৰত। বিশ্বকৰ্মে নিৰ্মান কৰিয়া দিলে আনি। তাতে বসি স্নান কন্ত মহামানী। শুনিয়োক সৰ্বজন স্বৰূপ বচন। কালৰ হাতত বা নাহি একজন। ঈশ্বৰৰ পুত্ৰুৰ দেখিও কেন কথা। সামান্য প্ৰাণীৰ কিঝ কহিবো ব্যৱস্থা॥ কালসৰ্পে নিগিলন্তে শুনিয়ে বচন। শঙ্কৰে কৃষ্ণৰ পাৱে পশিয়ে শৰণ। এৰাওঁ কালৰ হাত হৰিক ভজিও। তানে নাম গুণ মুখে কীৰ্তন কৰিমো॥ তাহান চৰিত্ৰ কথা অমৃত সমান। তাক ত্যাজি বিষয় কি কৰে পাণ॥ ইতো কলিযুগে পাপ পুণ্য একো নাই। বেদৰ সম্মত জান নামেসে উপায়। যি বেলা পৰিবা ভাই সংসাৰ সঙ্কটে ৮ পলায়েক পতেক ম বাম পোলা শাতে