পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এতেকে চলিয়া যাও ঠীৰক। সবৰো অমৃত বাক্যে জুৰাই চিক। সবে হত যাই প্ৰভূ হিত মিলিলা। ব্ৰাহ্মণ হতে পাছে ৰিচাৰি আনিল। হদিকৰ ধৰি আছে যোগাসন কুৰি। দেখিয়া সমস্ত শোক মোহ পৰিহৰি। কাস্থ পানি অগ্নিত দেশক ভস্ম কৰি। দশ পিণ্ড দিয়া কৰ্ম্ম সলিল হৰি। এমিতে কতকাল আনন্দতে গৈলা। অতিথিক নপাই প্ৰভূ কহিৰাক লৈলা। অতিথি সেৱাত জান মৰধৰ্ম্ম পাই তাকে জানি ঐ ও থাকি বাৰু মুজৰাই শুনিয়া ও কত সৰে স্বৰূপ ৰচন। কলাদিৰ ঠীৰ চলিও এতিক্ষণ এহিবুল গৈলা প্ৰভূ ৰঙ্গ মন কৰি। কাদিৰ তাৰে যাই প্ৰবেশিল! হৰি। গনেশকে বোস কহিয়ো অভিপ্ৰায়। কোন কৰ্ম কিন্তু মানেৰীক যায়। উদাৰ গোবিন্দ নিগতি থানেশ্বৰ। মানেৰীক নিৰ্মাণ কৰিলা ভাতপৰ। ভিটি বান্ধি মন্দিৰ বান্ধিলা অনন্তৰে। প্ৰতিমা পাপিলা নি তাশৰ ভিতৰে . পৰম অব্দে তিনি প্ৰসকে কবি। নগৱত কষ্ট শুনে ককতে সাদৰ। গহৰ কি মুিম্ভ নিন ৰাহ। + + পৈল। প্ৰঃ হৰৰ ভৰু