পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই যোগিনী তন্ত্ৰ মতে তাহানিৰ সৌমাৰ ভৰালী আৰু দিকৰাই নৈৰ মাজত থকা ভূভাগককেই বুজাইছিল। বৰ্তমান তেজপুৰ মহকুমাত এই ভৰলী নৈ দেখা যায়। এই হিচাবে বৰ্তমান নগাওও তাহানি সৌমাৰৰ ভিতৰত থকা বুলি অপু মান হয়। ৰাজ অজ্ঞা পাই দূতে হৰিদেৱক বান্ধি ধৰি আনি বলৈ গৈছিল। সৌমাৰ দেশত হৰিদেৱ নথকাহেতেন দূতে অনি বাৰ অধীনস্থ অধিবাসীক সহজে ধৰি আনিবলৈ যাব নোৱাৰিলেহেতেন। খঃ ১৪১৫ আৰু থ: ১৪৩৯ৰ ভিতৰত সৌমাৰত আন কোনো ঘোৰতৰ যুদ্ধৰ বিষয় জানা নেয়ায়। ১৪৯০ শকত মহাপ্ৰভু হৰিদেৱ বৈকুণ্ঠ পয়ান হয়। খৃঃ ১৪৪২ আৰু খ: ১৪৯০ শকৰ ভিতৰত সৌমাৰত,

১৪৮৮ চনত, কোচ ৰজাৰ সৈতে আৰু “টিঙচু নগাৰে

সৈতে আকৌ যুদ্ধ লাগে। এই যুদ্ধত আহোম ৰজা পোনতে বে। তেতিয়া হৰিদেৱৰ অন্তিম কাল। সুতৰাং এই যুদ্ধত বোধকৰৰ হৰিদেৱে আকৌ কামৰূপৰ পৰা উজাই আহি সৌমাৰত সৈক তপলীয়া ভাত খাবলৈ বাধা দিয়া নাছিল। ইয়াৰ পৰা অনুমান হয় তাহানিৰ সেই নাৰায়ণপুৰ হয়ত বৰ্ত- মন নাও জিলাত নাইবা শিৱসাগৰ জিলাত আছিল। বৰ্তমান লক্ষীমপুৰ মহকুমাত তেজপুৰ এলাকাৰ কলাবাড়ীৰ গুৰিত থকা নাৰায়ণপুৰও হৰিদেৱৰ জন্মভূমি হব পাৰে। শ্ৰীশ্ৰীহৰিদেৱৰ পূৰ্বপুৰুষ। মহাপুৰুষৰ পূৰ পুখ সয়ে এই গৰে লিখা আছে- নবম হিজ কশ্চিত তপোধ্যয়ন সংযুতঃ।