পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনেকৎসৰং তত্ৰ নাৰায়ণপুৰ বিহু। ভকিং কৃত্বা স্বভক্ত কামৰূপং সমিতি”। “সৌমাৰদেশে বিপ্ৰে ঘোৰং ঘুমভুদা। তত্ৰ সৈন্যমনাহাবাৎ নিপপাত শতং শতং। “নাৰায়ণপুৰে ৰাজকে আস্তে বিলাস। দ্বিজবাক্যে মতে সৰ্বে নাশং জম্মুঃ কুতুৰাঃ।” প্ৰথম শ্লোকৰ পৰা জনা যায় যে হৰিদেৱ নহত ৰছৰ জন্মভূমিত থাকি কামৰূপৰ পিনে শিষসৈতে আহিছিল। দ্বিতীয় আৰু তৃতীয় শ্লোকত দেখা যায় যে এসময়ত সৌমাৰ দেশত এখন ঘৰতৰ যুদ্ধ হৈছিল। সেই যুদ্ধত বহুত সৈন্য মৰিছিল আৰু ৰাজ পক্ষৰ পৰাজয় হৈছিল। পৰাজয়ৰ কাৰণ সেনাপতিয়ে ৰজাত জনাইছে যে নাৰায়ণ পুৰৰ হৰিদেব নামেৰে এজন মহাপুৰুষৰ কথা মতে সৈন্য বিলাকে তপলীয়া ভাত নেখাই অনাহাৰে প্ৰাণ এৰিছে। ১৪১৫ শকত হৰিদেৱৰ জন্ম হয়। যোগিনীতন্ত্ৰ মতে তাহানিৰ কামৰূপ বঙ্গদেশৰ ৰংপুৰ জিলাৰ কৰতোয়া নৈৰ পৰ। বৰ্তমান সদিয়াৰ অন্তৰ্গত দিই নৈলৈকে গোটেই ভুভাগ কেই বুজাইছিল। খৃঃ ১৪৭ৰ পৰ। ১৪৩৯ খৃষ্টাব্দলৈকে সৌমাৰত ৩ জন আহোমবংশীয় বজাই ৰাজা কৰে। শেষ জন বা চুচেনফা খঃ ১৪৯ চনত পিতৃ সিংহানত উঠে। এওৰ দিনত সৌমাৰত ‘টিগুচু নগাৰে সৈতে এখন বোৰতৰ যুদ্ধ লাগিছিল আৰু তাতে প্ৰথমবাৰ আহোম ৰজা হবে। এই সময়ত হৰিবেৰ বয়স ২৫ বছৰ মান হৈছিল। সুৰা ধৰ্ম প্ৰচাৰ কামত হাত দিয়াৰ সম্পূৰ্ণ উপযোণী হৈছিল।