পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘একমেৰ ৰিতীয়ো নাকি এই মূল মন্ত্ৰ ঠাইত পুলাপাতলাপি বাহিক ক্ৰিয়া কাণ্ডৰ সৃষ্টি হৈছিল। 'এনে সময়ত আসামত গ্ৰহৰিগুৰু মহাপ্ৰভুৰ আবিৰ্ভাব হয়। দেশৰ অৱস্থা চাই ধৰ্ম প্ৰচাৰৰূপ ৰূহ কাৰ্য্য সম্পাদন কৰাত মহাপুৰুষক বহুত দুখ কষ্ট সহিব লগাত পৰিছিল। তামসিকতাৰ ঠাইত সাথিক বৈষ্ণব ধৰ্ম বিলোৱাই এই মহাপুৰুষৰ মূলমন্ত্ৰ আছিল। সমাজৰ আৰু ৰা ঘৰৰ পৰা নানা লাঞ্চনা ভোগ কৰিও কৰ্তব্য কৰ্মত কথমপি বিমুখ নই, নীতি ভ্ৰষ্ট বিপথগামী মানবক প্ৰকৃত জ্ঞান ভক্তি মাৰ্গ দেখুৱাই দি, দেৱধৰ্ম প্ৰচাৰ কৰি, ধৰ্ম্ম-ৰাজ্য স্থাপন কৰিছিল। তমসাম পৃথিবীত সূৰ্য্য বস্তি জ্বলাই দি ঘোৰ সংসাৰত মুক্তি উপায় দেখুৱাই দি গৈছে। vঐশ্ৰহৰিদেব মহাপ্ৰভু ১৪১৫ শকত ভাদ- হৰিদেশৰ জন্ম। মাহৰ কৃষ্ণাপঞ্চমী তিথিত দুপৰীয়া সময়ত নাৰায়ণ পুৰত দশ পতে। এই নাৰায়ণপুৰ গ্ৰাম বৰ্তমান কোন জিলাত আছিল সেই বিষয় বিশেষ না নেয়। বৰ্তমান নগাওঁ জিলাৰ অন্তৰ্গত বালিজা পাৰ উত্তৰত নাৰায়ণপুৰ নামেৰে এখন কছাৰি গাঁও এই নগাওঁতেই ঐশঙ্কদেব, আৰু মাধবদেবৰ জন্ম হয়। এই তিনিজন মহাপুৰ সমসাময়িক, একই ধৰ্ম প্ৰচাৰক আৰু বহুত দিনলৈকে তেওঁলোকৰ ভিতৰত ঐক্যতাৰ আৰু পৰৰ এতিৰ ভাব বৰ্তমান থকা দেখা যায়। এই নাৰায়ণপুৰ হৰিদেৱৰ ন্ম স্থান হৰ পাৰে। চবিত্ত পৃথিত দেখা যায়।