পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাগৱত আৰু মস্তাগৱত গীতা সন্ত যে কোন সাৰ। ভগবৎপ্ৰাপ্তিৰ গৃঢ় পদাৰ্থ বিলাক এই বিলাক এত লুকায়িত আছে। সৰ সাধাৰণৰ পৰুে এই গুহায় নিহিতং ৰাজি বিচাৰি উলিওৱা এক ৰকম অসম্ভব। বিচাৰি পালেও ভাষাৰ অকাট্য নিবন্ধন হেতু বুজা নেয়ায় আৰু পালন কৰিব নোৱাৰ। দেশৰ অৱ চাই, সৰ্বসাধাৰণৰ উপকাৰণে নাম যোবা কীৰ্তন ঘোষা, গুণমালা’, ‘টিমা গুচৰিত' প্ৰভৃতি লিখি ঐশঙ্কৰদেশ, মাধবদেব, vহৰিদে প্ৰভৃতি মহাপুৰুষে আলামত, দৰে ঘৰে সৰল ভাৰে পৰা পৰিৱ বৈষ্ণব ধৰ্ম, শ্ৰবণকীৰ্তন স্মৰণ সেৱন অৰ্চনা বন্দনা গাঙ্গ সখ্য আত্মনিবেদন, কীৰ্ত্তন-ঘোখা পদৰূপে বিলাইছে। এই সময়তে ঠিক একই পৰিত্ৰ বৈষ্ণব ধৰ্মৰ সোঁত বিভিন্ন ভাষাত বিভিন্ন প্ৰকাৰে পশ্চিমে চৈত মহাপ্ৰভুই, উৰে ৰামানন্দই, দক্ষিণে হৰিধ্যাসে, বহোৱাইছিল, চৈতন্য মহাপ্ৰভু ধৰ্মৰ সোঁত ব্ৰজবালাৰ প্ৰেমৰূপে ব্ৰজব তৃণ লতা ধূলি পৰ্য্যন্ত ধুই লৈ বৃন্দাবনত ৰাধাকৃষ্ণৰ যুগল মূৰ্তিৰ পদতলত সাগৰ সঙ্গম লভিছিল। হৰিদেৱ প্ৰভুই যেতিয়া আলামত ধৰ্ম প্ৰচাৰ কৰি বলৈ আগবঢ়ে তাৰ ৫ বছৰ আগৰ পৰা এইখন দেশ মধ্য মাংস সেবী দুৰাচাৰী অসত্য আৰু অনাৰ্য কোচ-কচাৰি,চায়, আহোম বংশীয় ৰজাৰ দ্বাৰা শাসিত হৈ আহিছিল, অনাৰ তলত পৰি মানুহে বৈদিক কাৰ্য্য কলাণ পাহৰি লৈ মোৰ তান্ত্ৰিক হৈ পৰিছিল। হিপুৰ শীৰ বাৰীয় ৰাহ্মণ সকলৰ