পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৭)

গছে ভুবনেশ্বৰী প্ৰভুৰ শৰীৰ
বেদমতে ভষ্ম কৰি৷
অনেক ভকতে, সন্ত যে মহন্ত
কীৰ্ত্তন কৰয় বেঢ়ি॥
এহিমতে কৰ্ম্ম কৰিলা সকলো
বেদৰ যত কৰণি।
গুৰুৰ পৰম লীলা যে চৰিত্ৰ
এহিমতে সমাপনি॥